ইপ্সিতা দাসৰ মৃত্যু – এটা ভাইৰেল ফোনকলত উলিওৱা ভয়ংকৰ সঁচা!
গুৱাহাটী মহানগৰীত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা ইপ্সিতা দাসক লৈ এখন ভাইৰেল ফোন কলে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।
এই ফোন কলত — ইপ্সিতাই কান্দি কান্দি মাতৃৰ বিৰুদ্ধে আনিছে কিছু অভিযোগ আৰু আতিশয্য।
প্ৰেমিক চিণ্টু কলিতাৰ লগত হোৱা বাৰ্তালাপত প্ৰকাশ পায় মনোবেদনা আৰু মানসিক অত্যাচাৰৰ অভিযোগ।
